"Mayabini Ratir Bukut" is a Assamese song performed by Zubeen Garg. It appears on "Mayabini Ratir Bukut" (2025). Cataloged under Assamese with a runtime of 6:39. Time-synchronized lyrics are available from a verified provider.
Released: 2025
View full album tracklist →মায়াৱিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ স'তে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকেই মোৰ কথা প্ৰতি মেঘালী নিশা জোনে ক'ব তোমাকেই মোৰ বেথা ধুমুহাৰ স'তে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত দুচকুলে' তোমাৰ চালে সপোন আঁতৰি দিঠক নামে ছুব খুজিলেই মোৰ দুহাতে দিঠক আঁতৰি সপোন আহে ধুমুহাৰ স'তে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত মায়াৱিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা
Verified lyricist and composition credits are not yet available for this recording.
Lyrics availability depends on source availability and applicable rights. LYRX does not permanently store unauthorized copyrighted lyrics.
Zubeen Garg
Explore verified Assamese songs and releases by Zubeen Garg.
View artist profile →Listen or verify this release via its official external catalog listing.
Open Official Source