"Koneng Oi" is a Assamese song performed by Zubeen Garg. It appears on "Zubeen Manesor Bihu" (2012). Cataloged under Indian with a runtime of 5:05. Lyrics availability is confirmed from a verified provider.
Released: 2012
View full album tracklist →কনেং ঐ ঐ কনেং ঐ×(২) দিখৌ নদীৰ পাৰতে নল বিৰিণা হালে ফাগুণী মলয়াৰ বুকুতে যৌৱন পলাশী ৰঙেৰে কনেং অ অ অ কনেং অ×(২) উৰনীয়া মনে যে পৰিধি নামানে মায়াবী ভাবনাতে অজানিতেহে দোলে ঐয়া ঐ ঐ ঐয়া ঐ কনেং অ অ অ কনেং অ ফাগুনত আহিবা লিগাং চাবলৈ বুকুৰে মৰমবোৰ যাচিবলৈ চকু চাতেমাৰি ধৰে দুপৰীয়া বেলি জোৰিলে মৰমৰ বাসও বাঢ়িলে কাৰোৰে বাধা নামানে কনেং অ অ অ কনেং অ×(২) যাযাবৰী সপোনে উলাহেৰে বিৰিঙে দুটি দেহাৰ মিলনতে যৌৱন জিলিকে হেলাৰঙে ঐয়া ঐ ঐ ঐয়া ঐ কনেং অ অ অ কনেং অ×(৪) মিগাং মৃন্ময় মিলি গাওঁ-বিহগুৰি, ডাক-কামদেৱাল, জিলা-শোণিতপুৰ(অসম) পিন-৭৮৪১৬৯ মোবাইল-৯৫৭৭০০৬৩৫৬, ৮৪০৪০৯৬৪৯৮, ৮৫৫৭৯৩৫১৪১
Lyrics availability depends on source availability and applicable rights. LYRX does not permanently store unauthorized copyrighted lyrics. Copyright & Removal
Zubeen Garg
Explore verified Assamese songs and releases by Zubeen Garg.
View artist profile →Listen or verify this release via its official external catalog listing.
Open Official SourceKoneng • Zubeen Garg - Topic